Previous slide
Next slide

About Phatobihu

From 16th Century onwards, on the bank of the river Charikodiya, a gathering known as the “Phatobihu” is being celebrated annually, till date. For convenience it is now celebrated on the month of “Bohag” (of Assamese Calendar) and the dates are considered according to the last Friday, Saturday & Sunday of the month. This is now regarded as the largest traditional auspicious occasion of Dhakuakhana, Lakhimpur District of Assam. Phatobihu is a platform for all to be bound with the same threads of love, brotherhood and equality irrespective of caste, creed and religion since the Ahoms ruled the place.

Thus, it possess some specific characteristic and significance of its own although “Bihu” is celebrated all over as in Dhakuakhana in the same way.

Origin of Phatobihu

According to Tai language “Phat” means – A place beside a river or some deep water bounded area where goods are exchanged for trade and tax collected. According to Ahom Lexicans, “Phat” means – A place where traders assemble for trade and for the payment of duty. Legendarily speaking, there are many takes related to Phatobihu. But one such tales that still counts is worth mentioning. 

During the Ahom rule, a vast area was under the control of the Ahom rulers. Both the North & South bank of the river Brahmaputra was occupied by them. So, accordingly, the officials from the court representing the Ahom rulers gave a visit in this region annually. As an easy means of communication, they travelled along the water ways by the river Brahmaputra and the sub-rivers and reached this land. To mark their visit, the people organized a grand welcome for the officials with great enthusiasm.

ফাটবিহু উৎসৱ ২০২৪ বৰ্ষৰ কাৰ্যসূচী

২৭ ব’হাগ (১০ মে’, ২০২৪) শুক্ৰবাৰ

পুৱা ৯-০০ বজাত: পতাকা উত্তোলন
উত্তোলক : শ্ৰীযুত বসন্ত শইকীয়া, সভাপতি, ফাটবিহু সমিতি।
পুৱা ১০-০০ বজাত: স্মৃতি তৰ্পণ
তৰ্গক: শ্ৰীযুত মুকুল গগৈ, সভাপতি, ফাটবিহু উদযাপন সমিতি।
পুৱা ১১-০০ বজাত: বিহুদল সমূহলৈ আদৰণি
পুৱা ১১-৩০ বজাত: মঞ্চ মুকলি
মুকলি কৰিব: ড০ গিৰিণ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ঢকুৱাখনা মহাবিদ্যালয়।
দুপৰীয়া ১২-০০ বজাত: টকা বিহু প্ৰতিযোগিতা
উদ্বোধক: শ্ৰীযুক্তা দুলু শইকীয়া বৰা, অধ্যক্ষ, পঃঢঃউঃমাঃ বিদ্যালয়।
বিয়লি ২-৩০ বজাত: চেমনীয়া হুঁচৰি প্ৰতিযোগিতা
উদ্বোধক: ললিত গগৈ, বিহুৱা, ঘন্টাপৰা

২৮ ব’হাগ (১১ মে’, ২০২৪) শনিবাৰ

পুৱা ৯-৩০ বজাত: কপৌফুল আৰু গছ পুলি ৰোপণ
ৰোপক: শ্ৰীযুত গন্ধেশ্বৰ গগৈ, সম্পাদক, ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন।
পুৱা ১০-০০ বজাত: গামোচা প্রতিযোগিতা
উদ্বোধক: শ্ৰীযুক্তা সপোন ভূঁঞা চুতীয়া, সাংস্কৃতিক কমী, গোগামুখ।
পুৱা ১১-০০ বজাত: বিহুদল সমূহলৈ আদৰণি
দুপৰীয়া ১২-০০ বজাত: পূৰ্ণবয়স্ক হঁচৰি প্ৰতিযোগিতা (সকলো জাতি-জনগোষ্ঠীৰ বাবে)
উদ্বোধক: ড: সুৰজিৎ দলে, অধ্যক্ষ, এন.চি.ডি. মহাবিদ্যালয়, গোগামুখ
বিয়লি ১-০০ বজাত: ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ ‘বিহুৱান’ উন্মোচন
উন্মোচক: ডাঃ প্ৰণয় ফুকন, অধ্যাপক, তিনিচুকীয়া চিকিৎসা
মহাবিদ্যালয়, বিশিষ্ট কবি।
বিয়লি ২-০০ বজাত: পুনৰ পূৰ্ণবয়স্ক হুঁচৰি প্রতিযোগিতা

২৯ ব’হাগ (১২ মে’, ২০২৪) দেওবাৰ

পুৱা ১০-০০ বজাত: সাংস্কৃতিক শোভাযাত্ৰা
উদ্বোধক: শ্ৰীযুক্তা প্ৰীতি কংকনা, জনপ্ৰিয় অভিনেত্ৰী।
দুপৰীয়া ১২-০০ বজাত: মুকলি বিহু প্ৰতিযোগিতা
উদ্বোধক: শ্ৰীযুত দিগন্ত শইকীয়া, লোক সংস্কৃতিৰ সাধক, টিয়ক, যোৰহাট।
বিয়লি ২-০০ বজাত: মুকলি সভা
সভাপতি: শ্ৰীযুত বসন্ত শইকীয়া, সভাপতি, ফাটবিহু সমিতি
উদ্বোধক: ড:নিৰোদ বৰুৱা, উপাচাৰ্য, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়।
মুখ্য অতিথি: ড: হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী, অসম।
বিশিষ্ট অতিথি:
ডা: ৰনোজ পেণ্ড, মন্ত্ৰী, শিক্ষা বিভাগ, অসম চৰকাৰ
শ্ৰীযুত বিমল বড়া, মন্ত্ৰী, সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য বিভাগ, অসম চৰকাৰ
শ্ৰীযুত প্ৰদান বৰুৱা, সাংসদ, লক্ষীমপুৰ লোকসভা সমষ্টি।
শ্ৰীযুত নৱ কুমাৰ দলে, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক, ঢকুৱাখনা বিধান সভা সমষ্টি।
শ্ৰীযুত বিশ্বজিৎ ফুকন, বিধায়ক, সৰুপথাৰ বিধানসভা সমষ্টি।
নিৰ্দিষ্ট বক্তা: শ্ৰীযুত সোমনাথ বৰা ওজা, ঢোলৰ ওজা, বিহু সম্রাট, অসম।
আমন্ত্ৰিত অতিথি
ড: ৰাণী নৰহ, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, ভাৰত চৰকাৰ।
শ্ৰীযুত সুনীল পেণ্ড, অধ্যক্ষ, মিচিং স্বায়ত্ব শাসিত পৰিষদ।
শ্ৰীযুত জ্যোতিপ্ৰসাদ বৰকটকী, বিশিষ্ট সমাজকৰ্মী, যোৰহাট ৷
শ্ৰীযুক্তম গায়ত্ৰী হ্যালিংগে, জিলা আয়ুক্ত, লক্ষীমপুৰ জিলা।
শ্ৰীযুত লাচিত কুমাৰ দাস, জিলা আয়ুক্ত, হোজাই জিলা৷
শ্ৰীযুত মুনিন্দ্ৰ ভাটে, জিলা আয়ুক্ত, দৰং জিলা।
শ্ৰীযুত কাৰ্তিক কলিতা, অতিৰিক্ত জিলা আয়ুক্ত, ঢকুৱাখনা উপ-জিলা।
ড০ যোগানন্দ সূত, অধ্যক্ষ, ঢকুৱাখনা মহাবিদ্যালয়।
শ্ৰীযুত সুধন্য শুক্লবৈদ্য, মহকুমা আৰক্ষী বিষয়া, ঢকুৱাখনা ৷

Media Appearance

Photo Gallery