ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ ‘বিহুৱান’ৰ সম্পাদক আৰু প্ৰকাশকসকল

(প্ৰথমৰ পৰা ত্ৰয়োত্ৰিংশ সংখ্যালৈ)

সম্পাদক সংখ্যা চন প্ৰকাশক
ছবিলাল জৈন প্ৰথম ১৯৭৬ উদযাপন সমিতি
শিৱপ্ৰসাদ গগৈ দ্বিতীয় ১৯৭৭ উদযাপন সমিতি
তিলেন চমুৱা তৃতীয় ১৯৭৯ উদযাপন সমিতি
জয়চন্দ্ৰ হাজৰিকা চতুৰ্থ ১৯৮০ উদযাপন সমিতি
ভৰত বৰুৱা আৰু কোষেশ্বৰ চমুৱা পঞ্চম ১৯৮২ উদযাপন সমিতি
ডাঃ বিদ্দেশ্বৰ দলে ষষ্ঠ ১৯৮৪ উদযাপন সমিতি
প্ৰাঞ্জল চমুৱা সপ্তম ১৯৮৫ উদযাপন সমিতি
বিষ্ণু বৰবৰা অষ্টম ১৯৮৬ উদযাপন সমিতি
নন্দ চুতীয়া নৱম ১৯৮৮ উদযাপন সমিতি

(১৯৮৯ ৰ পৰা ১৯৯৮ চনলৈ অনিবাৰ্য কাৰণবশতঃ বিহুৱান প্ৰকাশ হোৱা নাছিল)

সম্পাদক সংখ্যা চন প্ৰকাশক
অমিয় কুমাৰ সন্দিকৈ দশম ১৯৯৯ উদযাপন সমিতি
বিদ্যা দত্ত একাদশ ২০০০ উদযাপন সমিতি
অমিয় কুমাৰ সন্দিকৈ দ্বাদশ ২০০১ উদযাপন সমিতি
জগদীশ গগৈ ত্ৰ‌য়োদশ ২০০২ চন্দ্ৰনাথ দাসৰ পৰিয়ালবৰ্গ
ড° জিতৰাম কলিতা চতুৰ্দশ ২০০৩ বলাইচন্দ্ৰ গগৈৰ পৰিয়ালবৰ্গ
শিৱপ্ৰসাদ গগৈ পঞ্চদশ ২০০৪ টংকেশ্বৰ গগৈৰ পৰিয়ালবৰ্গ
শিৱপ্ৰসাদ গগৈ ষষ্ঠদশ ২০০৫ গজেন্দ্ৰনাথ চমুৱাৰ পৰিয়ালবৰ্গ
পূৰ্ণানন্দ গগৈ সপ্তদশ ২০০৬ লিখন চন্দ্ৰ গগৈৰ পৰিয়ালবৰ্গ
ড° জিতৰাম কলিতা অষ্টাদশ ২০০৭ সতীশ চন্দ্ৰ গগৈৰ পৰিয়ালবৰ্গ
মৌচুমী হাতীবৰুৱা ঊনবিংশ ২০০৮ সখিধৰ দত্তৰ পৰিয়ালবৰ্গ
ডিম্বেশ্বৰ গগৈ বিংশ ২০০৯ বলোৰাম দলে
শিৱপ্ৰসাদ গগৈ একবিংশ ২০১০ কেশীনাথ হাজৰিকাৰ পৰিয়ালবৰ্গ
জিতু কুমাৰ চমুৱা দ্বাবিংশ ২০১১ বলোৰাম দত্তৰ পৰিয়ালবৰ্গ
কুশল গগৈ ত্ৰয়োবিংশ ২০১২ সোণধৰ খনিকৰ পৰিয়ালবৰ্গ
হেমন্ত কুমাৰ বৰুৱা চতুৰ্বিংশ ২০১৩ নৱ কুমাৰ বৰগোহাঞিৰ পৰিয়ালবৰ্গ
তোলন দত্ত পঞ্চবিংশ ২০১৪ ৰমেন বৰুৱাৰ ভগ্নী পল্লৱিতা বৰুৱা
ইন্দিবৰ বুঢ়াগোহাঞি ষষ্ঠবিংশ ২০১৫ পিতাম্বৰ গগৈৰ সোঁৱৰণত পুত্ৰ-বোৱাৰী অনিলেখ গগৈ আৰু ড° বিউতি গগৈ
বিপুল গগৈ সপ্তবিংশ ২০১৬ পুষ্প দাসৰ সোঁৱৰণত পত্নী নিৰু গগৈ দাস
অমিয় কুমাৰ সন্দিকৈ‌ অষ্টবিংশ ২০১৭ ভৱজিৎ দলে
ইন্দিৰা গগৈ ঊনত্ৰিংশ ২০১৮ পৰমা বৰুৱাৰ সোঁৱৰণত দেৱাশীষ বৰুৱা
অৰুণ চমুৱা ত্ৰিংশ ২০১৯ প্ৰাণজিৎ শইকীয়া(গুৱাহাটী)
হেমন্ত কুমাৰ বৰুৱা একত্ৰিংশ ২০২২ ঘনশ্যাম গগৈৰ সোঁৱৰণত পুতু গগৈ আৰু বনশ্যাম গগৈ
স্বৰ্ণলতা গগৈ চমুৱা দ্বাত্ৰিংশ ২০২৩ লক্ষীনন্দন গগৈৰ সোঁৱৰণত লাৱণ্য সূত গগৈ
ইন্দিবৰ বুঢ়াগোহাঞি ত্ৰয়োত্ৰিংশ ২০২৪ ৰেৱত চন্দ্ৰ গগৈৰ সোঁৱৰণত পত্নী মালতী গগৈ আৰু পৰিয়ালবৰ্গ