ফাটবিহু সমিতিৰ সভাপতি আৰু সম্পাদকসকল
(১৯৮৫ চনৰ ১৭ মাৰ্চত ফাটবিহুৰ স্থায়ী সমিতি গঠন হয়)
| চন | সভাপতি | সম্পাদক |
|---|---|---|
| ১৯৮৫-১৯৯২ | বক্সিৰাম মৰাং | কেশৱ গগৈ |
| ১৯৯২-১৯৯৮ | বক্সিৰাম মৰাং | কেশৱ গগৈ |
| ১৯৯৮-২০০১ | জগদীশ গগৈ | কেশৱ গগৈ |
| ২০০১-২০০৪ | শিৱপ্ৰসাদ গগৈ | বিনোদ গগৈ |
| ২০০৪-২০০৬ | গিৰিণ গগৈ | কেশৱ গগৈ |
| ২০০৬-২০০৯ | কেশৱ গগৈ | লালিত্য কুমাৰ দাস |
| ২০০৯-২০১২ | কেশৱ গগৈ | লালিত্য কুমাৰ দাস |
| ২০১২-২০১৫ | কেশৱ গগৈ | লালিত্য কুমাৰ দাস |
| ২০১৫-২০১৮ | প্ৰদীপ চমুৱা | নৰ গগৈ |
| ২০১৮-২০২১ | প্ৰদীপ চমুৱা | নৰ গগৈ |
| ২০২২-২০২৫ | বসন্ত শইকীয়া | ভাস্কৰ দাস |
