ফাটবিহু উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদকসকল (১৯৭৬-২০২৪)
| চন | সভাপতি | সম্পাদক |
|---|---|---|
| ১৯৭৬ | নৱকুমাৰ বৰগোহাঞি | দূর্গা সূত |
| ১৯৭৭ | তিতাৰাম গগৈ | দূর্গা সূত |
| ১৯৭৮ | ডাঃ হৰেণ দলে | দূর্গা সূত |
| ১৯৭৯ | শিৱপ্ৰসাদ গগৈ | দূর্গা সূত |
| ১৯৮০ | চাৰু চন্দ্ৰ চুতীয়া | প্ৰাঞ্জল বিকাশ চমুৱা |
| ১৯৮১ | মহেন্দ্ৰ ভঁৰালী | জীৱন চমুৱা |
| ১৯৮২ | ৰজনী বৰগোঁহাই | জীৱন চমুৱা, পদ্মেশ্বৰ কোঁচ |
| ১৯৮৩ | ফাটবিহু অনুস্থিত হোৱা নাই | |
| ১৯৮৪ | কৰুণা কান্ত কলিতা | কৃষ্ণ দত্ত |
| ১৯৮৫ | মুনীন শৰ্মা | জীৱন চমুৱা |
| ১৯৮৬ | চাৰু চন্দ্ৰ চুতীয়া | চন্দ্ৰকমল বৰা |
| ১৯৮৭ | হোমেন দাস | বিনোদ গগৈ |
| ১৯৮৮ | ৰজনী বৰগোঁহাই | গিৰিণ গগৈ |
| ১৯৮৯ | সোণধৰ খনিকৰ | কেশৱ গগৈ |
| ১৯৯০ | পীতাম্বৰ গগৈ | বিনোদ গগৈ |
| ১৯৯১ | জয়ন্ত গগৈ | আনন্দ গগৈ |
| ১৯৯২ | মহেন্দ্ৰ ভঁৰালী | ঈশ্বৰ প্ৰসন্ন বুঢ়াগোহাঁই |
| ১৯৯৩ | জগদীশ গগৈ | শোভন বৰুৱা |
| ১৯৯৪ | চাৰু চন্দ্ৰ চুতীয়া | কোষেশ্বৰ চমুৱা |
| ১৯৯৫ | নন্দ চুতীয়া | হিৰণ্য দত্ত |
| ১৯৯৬ | বিদ্যা দত্ত | জীৱন চমুৱা |
| ১৯৯৭ | ড° গিৰিণ গগৈ | জীৱন চমুৱা |
| ১৯৯৮ | কোষেশ্বৰ দত্ত | প্ৰদীপ চমুৱা |
| ১৯৯৯ | শিৱপ্ৰসাদ গগৈ | কৃষ্ণ দত্ত |
| ২০০০ | গন্ধেশ কুমাৰ শইকীয়া | কেশৱ চমুৱা |
| ২০০১ | গন্ধেশ কুমাৰ শইকীয়া | ভদ্ৰ গগৈ |
| ২০০২ | ধীৰেণ দত্ত | কেশৱ গগৈ |
| ২০০৩ | গোবিন দত্ত | বসন্ত শইকীয়া |
| ২০০৪ | কুশল গগৈ | চিত্তৰঞ্জন দাস |
| ২০০৫ | গোবিন দত্ত | শোভ দাস |
| ২০০৬ | বিনোদ গগৈ | নৰ গগৈ |
| ২০০৭ | ধীৰেণ দত্ত | ভাস্কৰ দাস |
| ২০০৮ | উত্তম কুমাৰ বৰুৱা | মুকুল গগৈ |
| ২০০৯ | ললিত কুমাৰ দাস | ৰঞ্জিত সন্দিকৈ |
| ২০১০ | প্ৰদীপ চমুৱা | দীপক চমুৱা |
| ২০১১ | হেমন্ত পেগু | অমিয় কুমাৰ গগৈ |
| ২০১২ | ছবিলাল জৈন | প্ৰাঞ্জল গোহাঁই |
| ২০১৩ | চেনিৰাম বৰুৱা | প্ৰশান্ত হাজৰিকা |
| ২০১৪ | ভদ্ৰ গগৈ | মনোজ গগৈ |
| ২০১৫ | জগত ফুকন | হৰিচন্দ্ৰ বৰুৱা |
| ২০১৬ | লীলা চমুৱা | পল্লৱিতা বৰুৱা |
| ২০১৭ | বিনোদ গগৈ | নিতুল(ৰাজা)বৰুৱা |
| ২০১৮ | ভদ্ৰ গগৈ | চন্দ্ৰজিৎ শইকীয়া |
| ২০১৯ | মনিকা পাতিৰ | হিতেশ ফুকন |
| ২০২২ | প্ৰাঞ্জল গোঁহাই | দেবেন গগৈ |
| ২০২৩ | নিতুল(ৰাজা) বৰুৱা | বনশ্যাম গগৈ |
| ২০২৪ | মুকুল গগৈ | ভৱেন্দ্ৰজিৎ গগৈ |
(ক’ভিদ পৰিস্থিতিৰ বাবে ২০২০ আৰু ২০২১ বৰ্ষত ফাটবিহু উদযাপন নহ’ল)
